কৰ'ণা মহামাৰীয়ে আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিছেনেকি ? কৰ'ণাক আপুনি ঋণাত্মক নে ধনাত্মকভাৱে লৈছে ? শ্ৰেণীকোঠাৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তে অনলাইন শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ মনত বিৰূপ প্ৰভাৱ পেলাইছেনেকি ?
কৰ'ণাক লৈ বৰ্তমান সময়ত মানুহৰ মনলৈ এনেধৰণৰ চিন্তাধাৰা আহি পৰিছে।এই চিন্তাধাৰা মনৰ পৰা আঁতৰাবলৈ পৰামৰ্শ আগবঢ়াইছে নাজিৰাৰ এগৰাকী মনোৰোগ বিশেষজ্ঞই৷ নাম কুকী মহন্ত। চাওক ভিডিও৷