Practical Practice for HSLC 2025 Exam - Chapter 5: Nested Loop Explained in Assamese
🔴 HSLC 2025 Practical Preparation - Chapter 5: Nested Loops (Explained in Assamese) এই ভিডিঅ’ত চেপ্টাৰ ৫: নেষ্টেড লুপ সম্পৰ্কে বিস্তারিত আলোচনা কৰা হৈছে। HSLC 2025 প্ৰাকটিকেল পৰীক্ষাৰ বাবে ই অতি গুৰুত্বপূর্ণ। নেষ্টেড লুপ ব্যৱহাৰ কৰি কেনেকৈ পেটাৰ্ন প্ৰোগ্ৰাম তৈয়াৰ কৰিব পাৰে, সেইবোৰ আমাৰ ভিডিঅ’ত চমু ৰূপত বাখ্যা কৰা হৈছে। 📌 মুখ্য পেটাৰ্নবোৰ যি এই ভিডিঅ’ত কভার কৰা হৈছে: 1️⃣ স্কুৱাৰ পেটাৰ্ন: 1234 1234 1234 1234 1234 2️⃣ ৰাইট এংগলড ট্রায়েঙল পেটাৰ্ন: 1 12 123 1234 12345 3️⃣ পিৰামিড পেটাৰ্ন: 1 121 12321 4️⃣ ইনক্ৰিমেন্টেল পিৰামিড: 2 234 23456 5️⃣ ৰাইট-এলাইন্ড ষ্টাৰ পেটাৰ্ন: * ** *** **** ***** 6️⃣ ৰিপিটিং নম্বৰ পেটাৰ্ন: 121 121 121 121 121 💡 এই ভিডিঅ’ৰ পৰা আপুনি কি শিকিব: নেষ্টেড লুপৰ বেছিক্স প্ৰতিটো পেটাৰ্ন কেনেকৈ তৈয়াৰ কৰিব সেই বিষয়ে ধাপ-ধাপে বাখ্যা কোডিং দক্ষতা উন্নত কৰাৰ টিপছ 👉 HSLC প্ৰাকটিকেল পৰীক্ষাৰ বাবে এই প্ৰোগ্ৰামবোৰ খুবেই গুৰুত্বপূর্ণ। প্ৰাকটিচ কৰিবলৈ ভুল নকৰে! 🔔 এই ধৰণৰ ভিডিঅ’ৰ বাবে চেনেলটো Subscribe কৰক আৰু Like আৰু Share কৰিবলৈ নাপাহৰিব। #HSLC2025 #NestedLoops #PatternPrograms #AssameseProgramming #HSLCPractical #ProgrammingBasics #AssameseTutorial #itzrafiq #hslc2025 #cprogramming Go Social with us Facebook: http://facebook.com/guwahatimirror Twitter: http://twitter.com/guwahatilive Instagram: http://instagram.com/iamrahmed
Download
0 formatsNo download links available.