Back to Browse

Boliya BoTah

192 views
May 8, 2026
3:07

বলিয়া বতাহে আনে কি সুৰ সময়ৰ তাড়না একো নাই মোৰ বলিয়া বতাহে আনে কি সুৰ সময়ৰ তাড়না একো নাই মোৰ জীৱন ছটিয়াই নানা ৰঙী ফুল তোমালৈ জানানে ভগা ভগা হিয়া মোৰ উথলি উঠিবা উজ্জ্বলি জ্বলিবা জয়াল লগা সময়ক কেনেকৈ পাৰ কৰিবা হাত মেলি থাকিবা ৰৈ হাত মেলি থাকিবা ৰৈ ৷৷৷ অভাৱে অভাৱক নোবোজাৰ সময়ত জোকাৰি কথা কৈ গল, হৃদয়ৰ মাজেৰে খুন্দিয়াই বুজিয়াই নৈ খন বুৱাই থৈ গল, হাত মেলি থাকিবা ৰৈ হাত মেলি থাকিবা ৰৈ ৷৷ তোমাৰে মাজতে পালো যে বিছাৰি কোটি কোটি তৰাৰ পোহৰ ঢিমিক ঢামাক কৈ জ্বলিব বিচাৰি সকলো শেষত দূষৰ ৷৷৷ হাত মেলি থাকিবা ৰৈ হাত মেলি থাকিবা ৰৈ ৷৷ হাত মেলি থাকিবা ৰৈ হাত মেলি থাকিবা ৰৈ ৷৷

Download

0 formats

No download links available.

Boliya BoTah | NatokHD