Back to Browse

Mootooliya

129 views
May 11, 2026
4:45

মতলীয়া আমি মৰম আমাৰ, সময়ে নিগৰাই শুৱনি অভিষাৰ থুপা থুপে ফুলে হৃদয়ৰ ফুল আজীৱন থাকিবা উপচাই সুৰ ৷৷৷ মতলীয়া আমি মৰম আমাৰ, সময়ে নিগৰাই শুৱনি অভিষাৰ থুপা থুপে ফুলে হৃদয়ৰ ফুল আজীৱন থাকিবা উপচাই সুৰ ৷৷৷ আলফুলে ৰখা হিয়া জলে দুবাহুৰ মাজতে কান্দোন সৰে আলফুলে ৰখা হিয়া জলে দুবাহুৰ মাজতে কান্দোন সৰে আচলেৰে সকলো ঢাকো সকলো লুকুৱাই ৰাখো ৷৷৷৷ অচিনা দেশলৈ উৰি যাব খুজে মন দুপাখি দুবাহু মেলি, হেপাহৰ তাগিদাত উজুটি বিজুতি আছো মই তোমালৈ বুলি ৷৷ আলফুলে ৰখা হিয়া জলে দুবাহুৰ মাজতে কান্দোন সৰে আলফুলে ৰখা হিয়া জলে দুবাহুৰ মাজতে কান্দোন সৰে আচলেৰে সকলো ঢাকো সকলো লুকুৱাই ৰাখো ৷৷৷৷ তোমাতেই সোৱঁৰি আউলি বাউলী মৰমৰ হব চানেকি, জুকিয়াই জুকিয়াই বিচাৰি আনিলোঁ উভতি আহা মেঘালী ৷৷৷ আলফুলে ৰখা হিয়া জলে দুবাহুৰ মাজতে কান্দোন সৰে আলফুলে ৰখা হিয়া জলে দুবাহুৰ মাজতে কান্দোন সৰে আচলেৰে সকলো ঢাকো সকলো লুকুৱাই ৰাখো ৷৷৷৷

Download

0 formats

No download links available.

Mootooliya | NatokHD