Boorookha
কণিকাৰ টোপালে হিয়া জুৰি বৈ হেপাহৰ বৰষুণে তোমাৰ কথা কয় ৷৷ কিনকিনিয়া বৰষুণত জীপাল জীপাল মন বসন্তই জী তোলক তোলক তোমাৰ জীৱন তিতিম মই তিতিবা তুমি মাথোঁ থাকিব আবেগ ৷৷ জীপাল মই জীপাল তুমি তোমাতেই সকলো শেষ ৷৷৷ তিতিম মই তিতিবা তুমি মাথোঁ থাকিব আবেগ ৷৷ জীপাল মই জীপাল তুমি তোমাতেই সকলো শেষ ৷৷৷ বৰষুনে কলে তোমাৰ কথা সকলো নকৈ বুলি । ৷ টোপালত লোকাল মনৰ বেথা বিচাৰি ফুৰিলো আজি ৷৷ বৰষুনে কলে তোমাৰ কথা সকলো নকৈ বুলি । ৷ টোপালত লোকাল মনৰ বেথা বিচাৰি ফুৰিলো আজি ৷৷ বৰষাই জী তোলক তোমাৰ জীপাল জীৱন এতিয়া, তিতিম মই তিতিবা তুমি মাথোঁ থাকিব আবেগ ৷৷ জীপাল মই জীপাল তুমি তোমাতেই সকলো শেষ ৷৷৷ ধূলিয়ৰি আকাশ আতৰাই দিলেহি বৰষুণৰ কোবাল বলে ৷৷ গছে পাতে পালে ৰঙীন সপোন সাৰে আছোঁ কিবা কবলে ৷৷ ধূলিয়ৰি আকাশ আতৰাই দিলেহি বৰষুণৰ কোবাল বলে ৷৷ গছে পাতে পালে ৰঙীন সপোন সাৰে আছোঁ কিবা কবলে ৷৷ বৰষাই জী তোলক তোমাৰ জীপাল জীৱন এতিয়া, তিতিম মই তিতিবা তুমি মাথোঁ থাকিব আবেগ ৷৷ জীপাল মই জীপাল তুমি তোমাতেই সকলো শেষ ৷৷৷ তিতিম মই তিতিবা তুমি মাথোঁ থাকিব আবেগ ৷৷ জীপাল মই জীপাল তুমি তোমাতেই সকলো শেষ ৷৷৷
Download
0 formatsNo download links available.